নলবাৰীত ৩টা অবৈধ চুলাই মদ ব্যৱসায়ী জেললৈ:টেম্পোসহ চুলাই জব্দ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী আবকাৰী বিভাগৰ এটা অভিযানকাৰী দলে শুকুৰবাৰৰ সন্ধিয়াৰে পৰা বৰ্ণিবাৰী,ভৈৰাতুলা,বিজুলীঘাট আদি অঞ্চলৰ পৰা তিনিটা অবৈধ চুলাই মদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।অভিযান কালত দলটোৱে ১৫০ লিটাৰ চুলাই আৰু এখন টেম্পোভেন জব্দ কৰে।পিছত অবৈধ চুলাই ব্যৱসায়ী তিনিটাক জেললৈ প্ৰেৰণ কৰে।

Your Comments