অধিক শক্তিশালী হ'ব বায়ুসেনা:ভাৰতে ক্ৰয় কৰিব ৩৩খন অত্যাধুনিক যুঁজাৰু বিমান

Sukhoi 30

চীনৰ সৈতে সীমান্তত উত্তেজনা চলি থকাৰ মাজতে ভাৰত চৰকাৰে ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।বৃহস্পতিবাৰে ৰক্ষা অধিগ্ৰহণ পৰিষদে যুঁজাৰু বিমান আৰু অস্ত্ৰ ক্ৰয় কৰাৰ বাবে ৩৮ হাজাৰ ৯০০ কোটি টকা মঞ্জুৰ কৰিছে।এই ধনৰে বায়ু ২১ খন মিগ-২৯ আৰু ১২ খন অত্যাধুনিক ছুখই(এছইউ-৩০ এমকেআই) যুঁজাৰু বিমান ক্ৰয় কৰা হ'ব।লগতে,বায়ুসেনাৰ ৫৯ খন মিগ-২৯ যুঁজাৰু বিমানো অধিক উন্নত কৰা হ'ব।

Your Comments