পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি:কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণি কৰিলে ৰাহুল গান্ধীয়ে

Rahul Gandhi

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰৰ পৰা কংগ্ৰেছৰ দেশব্যাপি প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণি কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।সোমবাৰে কংগ্ৰেছ নেতা-কৰ্মীসকলে দেশজুৰি পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।ৰাহুল গান্ধীয়ে টুইট কৰি  ইন্ধন দুবিধৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিবলৈ সকলোকে আহ্বান জনাইছে।

Your Comments