ভাৰত-চীন উত্তেজনা:অস্ত্ৰ ক্ৰয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সেনাক দিলে ৫০০ কোটি টকা

Army

লাডাখৰ গালৱান উপত্যকাক লৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে স্থল,জল,বায়ু সেনাৰ বাবে ৫০০ কোটি টকাৰ জৰুৰী পুঁজি মুকলি কৰি দিছে।প্ৰয়োজনত এই ধনেৰে সেনাই যিকোনো অস্ত্ৰ ক্ৰয় কৰিব পাৰিব।এনেদৰে,এতিয়া ভাৰত চৰকাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সেনাক সাজু কৰি তুলিছে।

Your Comments