ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনোনীত ৰোহিত শৰ্মা

Rohit sarma

নিউজ ডেস্ক-        
ৰোহিত শৰ্মা।ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী দক্ষ খেলুৱৈ।ইতিমধ্যে নিজৰ হাতৰ যাদুৰে খেলুৱগৰাকীয়ে সমগ্ৰ বিশ্বতেই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বোৰ্ড চমুকৈ BBCIয়ে ৰোহিত  শৰ্মাৰ নাম ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা২০২০ৰ বাবে মনোনিত কৰিছে।BBCIৰ পৰা অহা এই খৱৰে নিশ্চিতভাৱে ৰোহিত প্ৰেমীসকলক বাবে এক ভাল খৱৰ হিচাপে পৰিগণিত হ'ব। উল্লেখ্য যে অৰ্জুন বঁটাৰ বাবে BBCIয়ে ইশান্ত শৰ্মা, শেখৰ ধৱন আৰু দিপ্তী শৰ্মাৰ নাম মনোনিত কৰিছে।

Your Comments