ক'ৰ'নাত আমেৰিকাত ৭৯,০০০তকৈ অধিক লোকৰ মৃত্যু:ট্ৰাম্পৰ ব্যক্তিগত সচিব ক'ৰ'না আক্ৰান্ত

Pic

ক'ৰ'না সংকটত আমেৰিকা জুৰুলা।আনকি,হোৱাইট হাউচৰ ক'ৰ'না টাস্ক ফ'ৰ্চৰ তিনিগৰাকী সদস্য এজন ক'ৰ'না ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছত তিনিওজন হোম কোৱাৰেন্টাইন হৈছে।অৱশ্যে পৰীক্ষাত তেওঁলোকক নিগেটিভ পোৱা গৈছে।আনহাতে,ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এজন ব্যক্তিগত সচিব আৰু উপ-ৰাষ্ট্ৰপতি মাইক পেন্সৰ প্ৰেছ সচিব ক'ৰ'না সংক্ৰমিত হৈছে।আমেৰিকাত বৰ্তমানলৈ ৭৯,০০০ত কৈ অধিক ক'ৰ'না ৰোগীৰ মৃত্যু হৈছে।

Your Comments