প্ৰেৰণা:ক'ৰ'না সংক্ৰমণৰ পৰা আৰোগ্য হ'ল গ্ৰেট ব্ৰিটেইনৰ ১০৬ বছৰীয়া বৃদ্ধা

Pic

ক'ৰ'না ভাইৰাছক পৰাভূত কৰিলে দুখনকৈ বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰা গ্ৰেট ব্ৰিটেইনৰ এগৰাকী বৃদ্ধাই।দেশখনৰ বাৰ্মিংহামৰ ১০৬ বছৰীয়া ক'নি টিচেন নামৰ মহিলাগৰাকী ক'ৰ'না ভাইৰাছত আক্ৰান্ত হৈ তিনি সপ্তাহ ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত আৰোগ্য হৈ ঘৰলৈ উভতি আহে।শতায়ু অতিক্ৰম কৰাৰ পিছতো ক'নি টিচেন আৰোগ্য হোৱাতো সমগ্র বিশ্বৰ কৰনা আক্ৰান্তসকলৰ বাবে এটা প্ৰেৰণাদায়ক খবৰ হৈ পৰিছে।

Your Comments