'কা' বিৰোধী আন্দোলনকাৰীৰ মৌলবাদী শক্তিৰে যুঁজাৰ সাহস নাই-ডিব্ৰুগড়ত ডঃহিমন্ত বিশ্ব শৰ্মা

Pic

ডিব্ৰুগড় চহৰৰ খনিকৰ খেলপথাৰত দেওবাৰে বিজেপিৰ বিশাল সংকল্প সমাৰোহ।সমাৰোহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকাৰীক তীব্র সমালোচনা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।আন্দোলনটোক নস্যাৎ কৰে ডঃ শৰ্মাই।'কা' বিৰোধী আন্দোলনকাৰীৰ মৌলবাদী শক্তিৰে যুঁজাৰ সাহস নাই বুলি ভাষণত মন্তব্য কৰে ডঃ শৰ্মাই।২০২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন দখল কৰি চৰকাৰ গঠন কৰাটো ডিব্ৰুগড়ৰ বিজেপিৰ সভাই প্ৰমাণ কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

Your Comments