ক্ষমা বিচাৰিলে নিন্দনীয় সাম্প্ৰদায়িক মন্তব্য কৰা এআইএমআইএমৰ নেতা ৱাৰিছ পাঠানে

Pic

ক্ষমা বিচাৰিলে এআইএমআইএমৰ নেতা ৱাৰিছ পাঠানে।উল্লেখযোগ্য যে হায়দৰাবাদৰ সাংসদ আচ্ছাদুদ্দিন অ'ৱেছি নেতৃত্বাধীন এআইএমআইএমৰ নেতা ৱাৰিছ পাঠানে সাম্প্ৰদায়িক মন্তব্য কৰিছিল-'আমি ১৫ কোটি,কিন্তু ১০০ কোটিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ।এই কথা মনত ৰাখিব।'পাঠানৰ এনে মন্তব্যত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত শনিবাৰে নেতাজনে ক্ষমা প্ৰাৰ্থনা কৰে।

Your Comments