বিজনীত ড্ৰাগছসহ এজন যুৱকক আটক

Pic

বঙাইগাঁঁৱৰ  প্ৰতিবেদক:

চিৰাং জিলাৰ বিজনীৰ তিনি নং ৱাৰ্ডত বৃহস্পতিবাৰে নিশা বিজনী আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন যুৱকক হাতে-লোটে আটক কৰে ৷ যুৱকজন বিজনীৰ ৩নং ৱাৰ্ডৰ বিশ্বজিত সৰকাৰ ওৰফে কালু(২৪) বুলি জানিব পৰা গৈছে । আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে তিনিটা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এটা মোবাইল আৰু ২,১৬১ টকা জব্দ কৰে।

 

Your Comments