ভোটেপোৱাবড়ীত ১০-১১ ফেব্ৰুৱাৰীত অসম ভিত্তিক বেডমিন্টন প্ৰতিযোগিতা

Pic

জালাহৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন:

ভোটেপোৱাবড়ী আঞ্চলিক বেডমিন্টন ক্লাবৰ উদ্যোগত ভোটপোৱাবড়ী শ্ৰীশ্ৰীনৰসিংহ কীৰ্ত্তন ঘৰ প্ৰাঙ্গণত অহা ১০ আৰু ১১ ফেব্ৰুৱাৰীত অৰবিন্দ দাস সোঁৱৰণী দ্বৈতভিত্তিক নৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ট্ৰফীসহ নগদ ৬০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৪০০১ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈ বঁটা ১০০১ টকা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰতিযোগীক ৮৪০২৮৮৮২৩০, ৮৮২২১৯১৫৪০, ৭৮৯৬১৬৩০১৭ নম্বৰত যোগাযোগ কৰিবলৈ খেল পৰিচালনা সমিতিয়ে আহ্বান জনাইছে।

Your Comments