দক্ষিণ লণ্ডনত কেইবাগৰাকী লোকক চুৰিকাঘাত কৰা সন্ত্ৰাসবাদীক নিধন

Pic

গ্ৰেট ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত সন্ত্ৰাসবাদীৰ আক্ৰমণ।দক্ষিণ লণ্ডনৰ স্ত্ৰীথম এলেকাত এটা সন্ত্ৰাসবাদীয়ে চুৰীৰে আক্ৰমণ কৰে কেইবাজনো লোকক।পিছত আৰক্ষীয়ে গুলীয়াই নিধন কৰে সন্ত্ৰাসবাদীটোক।

Your Comments