চীনত ক'ৰ'না ভাইৰাছৰ তাণ্ডৱ:এতিয়ালৈকে ১৬৯ জন লোকৰ মৃত্যু

Pic
চীনত ক'ৰ'না ভাইৰাছৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।ই মহামাৰীৰ ৰূপ ল'বলৈ উপক্ৰম হৈছে।বৰ্তমানলৈকে চীনত ১৬৯ গৰাকী ব্যক্তিৰ ক'ৰ'না ভাইৰাছৰ সংক্ৰমনৰ বাবে ৰোগাক্ৰান্ত হৈ মৃত্যু ঘটিছে।আক্রান্ত হৈছে ৬,০০০ জনতকৈ অধিক লোক।পৰিস্থিতি এনেদৰে গুৰুতৰ হৈ পৰাত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে দেশৰ সেনাক ক'ৰ'না ভাইৰাছজনিত ৰোগ প্ৰতিৰোধৰ দায়িত্ব অৰ্পণ কৰিছে।

Your Comments