'অসমৰ অখণ্ডতা ভংগ নহয়'-ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Pic

'অসমৰ অখণ্ডতা ভংগ নহয়।অসম বিভক্ত হোৱাৰ কোনো আশংকা এতিয়াৰে পৰা নাই'।ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এই বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।বড়োভূমিৰ এলেকা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰিব বুলি ক'লে গৃহমন্ত্ৰীয়ে।জনজাতিৰ ভূমি অধিকাৰ অক্ষুন্ন থাকিব বুলি ক'লে অমিত শ্বাহে।

Your Comments