তুৰ্কীত ভূমিকম্পত ২০ জন লোকৰ মৃত্যু

Pic

তুৰ্কীৰ পূব অংশত শুকুৰবাৰে নিশা হোৱা ভূমিকম্পত ২০ জন লোকৰ মৃত্যু হৈছে।আহত হৈছে ১০০০ জনতকৈ অধিক লোক।ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৬.৮।ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল দেশখনৰ পূৰ্ব প্ৰান্তৰৰ এলাজিগ এলেকাৰ সিবৰাইছ চহৰ।

Your Comments