ৰাজ্যজুৰি ভোগালী বিহুৰ উছাহ:মেজিৰ জুইত 'কা' দাহ কৰি ৰাইজৰ প্ৰতিবাদ সাব্যস্ত

Pic

ৰাজ্যজুৰি আজি অসমীয়াই উৎসাহ-উদ্দীপনাৰে পালন কৰিছে ভোগালী বিহু।উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পিছত আজি পুৱা অসমীয়াই মেজি জ্বলাই অগ্নিসেৱা কৰে।মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰি সকলো অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ বাবে প্ৰাৰ্থনা জনায়।

Pic

উল্লেখযোগ্য যে এইবাৰ অসমীয়াই মেজি জ্বলাওতে জাতিধ্বংসী নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে।ৰাজ্যৰ গাঁৱে-চহৰে ৰাইজে মেজিত জ্বলাই 'কা'ৰ প্ৰতিলিপি।মেজিৰ জুইৰ কাষত 'কা' নামানো বুলি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments