ভোগালী বিহুৰ মেজিত 'কা'ৰ প্ৰতিলিপি দাহ কৰিবলৈ আহ্বান জাতীয় দল-সংগঠনৰ

Pic

ভোগালী বিহুৰ মেজিত জাতিধ্বংসী 'নাগৰিকত্ব (সংশোধনী)আইন'ৰ প্ৰতিলিপি দাহ কৰাৰ বাবে প্ৰতিগৰাকী অসমবাসীলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।'কা' বিৰোধী আন সকলো জাতীয় দল-সংগঠনেও একেই আহ্বান জনাইছে।

Your Comments