'ৱিজডেন'ৰ দশক(২০১০-২০১৯)ৰ 'টী-২০' দলত বিৰাট কোহলী আৰু জছপ্ৰীত বুমৰাহ

Pic

প্ৰসিদ্ধ ক্ৰিকেট আলোচনী 'ৱিজডেন'-এ প্ৰকাশ কৰা দশক(২০১০-২০১৯)ৰ 'টী-২০' দলত স্থান লাভ কৰিছে ভাৰতীয় অধিনায়ক বিৰাট কোহিলয়ে।লগতে,এই দলত স্থান লাভ কৰিছে বেগী বলাৰ জছপ্ৰীত বুমৰাহে।

Pic

দলটোত অধিনায়ক হিচাপে ৰখা হৈছে অষ্ট্ৰেলিয়াৰ বেটছমেন এৰণ ফিন্সক।উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় টী-২০ত বিৰাট কোহলিৰ বেটিং গড় প্ৰশংসনীয়ভাৱে ৫৩।ইফালে,দশকৰ দলটোত এম এছ ধোনী আৰু ৰোহিত শৰ্মাই স্থান লাভ নকৰাত একাংশ ক্ৰিকেটপ্ৰেমীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে।

Your Comments