পাকিস্তানত বিলাহীৰ দৰ প্ৰতি কিল'ত ৫০০ টকা:জনতাৰ মাজত হাহাকাৰ

Pic

পাকিস্তানত বিলাহীৰ মূল্যই আকাশ স্পৰ্শ কৰিছে।ভাৰতৰ পৰা বিলাহীৰ আমদানি বন্ধ হোৱাৰ পিছত আৰু পাকিস্তানত প্ৰতিকূল বতৰৰ বাবে বিলাহীৰ অধিকাংশ খেতি বিনষ্ট হোৱাৰ বাবে এতিয়া দেশখনত বিলাহীৰ তীব্ৰ গতিত মূল্য বৃদ্ধি ঘটিছে।এতিয়া পাকিস্তানত বিলাহীৰ মূল্য প্ৰতি কিল'গ্রামত ৫০০ টকা হৈছেগৈ।নিত্য ব্যৱহাৰ্য পাচলি বিলাহীৰ এই অস্বাভাৱিক মূল্যবৃদ্ধিত এতিয়া পাকিস্তানৰ জনতাৰ মাজত হাহাকাৰ লাগিছে।

Your Comments