সোণাৰিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ জয়লাভ

Pic

সোণাৰিৰ পৰা ঘন বৰা:

চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে ১৫,৩৩২টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে ৬৬,৪৪৯ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল কুমাৰ চূড়ীয়ে ৫১,১১৭ টা ভোট পাবলৈ সক্ষম হয়। ইফালে,সমষ্টিটোত ১ লাখ ৭০হাজাৰ ৪৭২ জন ভোটাৰ ভিতৰত ৪২০৮ জন ভোটাৰে "ন'টা"ত ভোটদান কৰে।

Your Comments