টুইটাৰে ব্ল’ক কৰিছিল ড’নাল্ড ট্ৰাম্পক

Pic

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পিছতো বিতৰ্ক অব্যাহত আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক সকলে হোৱাইট হাউচ আৰু কেপিটেল হিলছত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । ফলত নিৰ্দিষ্ট এলেকাৰ ভিতৰত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছিল।

Pic

উল্লেখযোগ্য যে এই পৰিস্থিতিৰ সময়তে কেপিটেল হিলছত ঘোষনা কৰিছিল যে বাহ্যিক সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হোৱাৰ বাবে কেপিটেল হিলছত কোনো ব্যক্তিৰ প্ৰৱেশ কৰা নিষেধ।আনহাতে,এই ঘটনাৰ পিছতে টুইটাৰে ড’নাল্ড ট্ৰাম্পৰ কিছুসংখ্যক টুইট কেৱল আঁতৰাই দিয়াই নহয় ১২ ঘন্টাৰ বাবে ট্ৰাম্পৰ টুইটাৰ একাউণ্ট ব্লক কৰি দিয়ে টুইটাৰ কৰ্তৃপক্ষই ।

Your Comments