লুৰিনজ্যোতি গগৈৰ নেতৃত্বত আগবাঢ়িব 'এজেপি'

Lurin

দুলীয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ গ্ৰহণ কৰা সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ নেতৃত্বত আগবাঢ়িব অসম জাতীয় পৰিষদ।ডিচেম্বৰত গগৈয়ে আনুষ্ঠানিক দায়িত্ব ল'ব এজেপি নেতৃত্বৰ।

উল্লেখ যে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত শিৱসাগৰত অনুষ্ঠিত হ'ব দলটোৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন।উক্ত অভিৱৰ্তনত গঠন কৰা হ'ব নতুন ৰাজনৈতিক দলটোৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি।

Your Comments