মুম্বাইত অভিনেত্ৰীক বন্ধুৱে কৰিলে চুৰীৰে আক্ৰমণ

Mumbai

মুম্বাইত এগৰাকী অভিনেত্ৰীৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ।মুম্বাইত যোৱা নিশা হিন্দী,মালায়লম,তেলুগু ছবিৰ অভিনেত্ৰী মালৱী মালহোত্ৰাৰ ওপৰত তেওঁৰে এগৰাকী পুৰণি বন্ধুৱে চুৰীৰে প্ৰাণঘাতী আক্ৰমণ কৰে।উক্ত আক্ৰমণত অভিনেত্ৰীগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হয়।তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সম্প্ৰতি মালৱী বিপদমুক্ত।এনেদৰে এগৰাকী অভিনেত্ৰীৰ ওপৰত হোৱা আক্ৰমণত বলীউডত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Your Comments