বক্সাৰ লাভলীনা বৰগোঁহাই ক'ৰ'নাত আক্রান্ত

Lovelina

অসম-কন্যা বক্সাৰ লাভলীনা বৰগোহাঁই ক'ৰ'নাত আক্রান্ত।ইটালীলৈ যোৱা প্ৰাক মুহূৰ্তত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰগৰাকী আক্রান্ত হৈছে ক'ৰ'নাত।উল্লেখ যে ৫২ দিনৰ বাবে ইটালীলৈ যাবলৈ সাজু হৈছিল লাভলীনা।বৰ্তমান গুৱাহাটীতে আইচ'লেচনত ৰখা হৈছে বক্সাৰ লাভলীনাক।

ইফালে,১১ দিনৰ পূৰ্বে গৃহভূমিলৈ আহিছিল বক্সাৰগৰাকী।দ্বিতীয় পৰীক্ষাত বক্সাৰগৰাকীৰ দেহত ধৰা পৰে ক'ৰ'না।

Your Comments