অগপত যোগদান কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ

Kalpana Patowary

অসম গণ পৰিষদত যোগদান কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ।শুকুৰবাৰে আনুষ্ঠানিকভাৱে আঞ্চলিক দলটোত যোগদান কৰিলে কণ্ঠশিল্পীগৰাকীয়ে।দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত যোগদান কৰে 'ভোজপুৰী সংগীতৰ ৰাণী'খ্যাত অসম কন্যাগৰাকীয়ে।

উল্লেখ যে পাটোৱাৰীৰ উপৰিও আমবাৰীৰ মুখ্য কাৰ্যালয়ত ডেৰ শতাধিক লোকে অগপত যোগদান কৰে।

Your Comments