২০২০ বৰ্ষৰ 'আইপিএল'ৰ আয়োজন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত ডুবাই আৰু আবু ধাবিৰ ষ্টেডিয়াম

Stadium

অহা ১৯ ছেপ্টেম্বৰৰ পৰা ইউএইত আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ।ইয়াৰ বাবে ডুবাই আৰু আবু ধাবিৰ ষ্টেডিয়ামসমূহ সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে।নিশাৰ অন্ধকাৰত আটক ধুনীয়া আলোক সজ্জাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ষ্টেডিয়ামকেইটাই।উল্লেখ্য যে ২০২০ বৰ্ষৰ 'আইপিএল'ৰ প্ৰথম মেচখন হ'ব বিগত বৰ্ষৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰানাৰ্ছ আপ চেন্নাই ছুপাৰ কিংছৰ মাজত।

Your Comments