নলবাৰীত অভিৰুচি ক্ৰীড়া দিৱস পালন

নলবাৰী

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস৷ক'ৰ'না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কমসংখ্যক খেলুৱৈৰ উপস্থিতিত দিৱস পালন কৰা হয়।নলবাৰীৰ গৰ্ডণ স্কুল খেলপথাৰৰ পৰা এটা সমূহীয়া দৌৰেৰে পালন কৰা হয় ক্ৰীড়া দিৱস৷বৃহস্পতিবাৰে এই দৌৰত অংশগ্ৰহণ কৰে নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া ক্ৰমে দিলীপ মেধি,কৰুণা বৰ্মন,তাজেৰ আলী,অতুল কলিতা,মৃগেন কলিতা,কৈলাশ মেধি,নুৰুল অমিন,দিব্যজ্যোতি হালৈ,চন্দন হালৈৰ লগতে আন্তঃৰাষ্ট্ৰীয় কুং ফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈয়ে৷

Your Comments