স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীৰ মেডেলৰ বাবে নিৰ্বাচিত আৰক্ষীসকল কোন কোন?

Police

অসম আৰক্ষীৰ ২৯ গৰাকী বিষয়া-জোৱানক নির্বাচিত কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ মুখ্যমন্ত্ৰীৰ মেডেলৰ বাবে।ইয়াৰ উপৰিও অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৬ গৰাকী বিষয়া-জোৱানক মুখ্যমন্ত্ৰীৰ মেডেলৰ বাবে নিৰ্বাচিত কৰা হৈছে।

অসম আৰক্ষীৰ মেডেল লাভ কৰা বিষয়া-জোৱানসকল হৈছে ক্ৰমে-

ইন্দ্ৰানী বৰুৱা,কমাণ্ডেণ্ট,চতুৰ্থ অসম আৰক্ষী বেটেলিয়ান,কাহিলীপাৰা।

অমনজিৎ কৌৰ, নলবাৰী আৰক্ষী অধীক্ষক।

আনন্দ মিশ্ৰ,ধুবুৰী আৰক্ষী অধীক্ষক।

শুভাসিনী শংকৰান,পূৰ্ব গুৱাহাটী আয়ুক্ত।

শ্বেতাংগ মিশ্ৰ,চৰাইদেউ আৰক্ষী অধীক্ষক।

মহেশ চন্দ্ৰ শৰ্মা,সহকাৰী পৰিদৰ্শক (পশ্চিম আৰু দক্ষিণ গুৱাহাটী)।

ৰিপুল দাস,ওদালগুৰি আৰক্ষী অধীক্ষক।

ডম্বৰুধৰ হাজৰিকা,কমাণ্ডেন্ট ২০ এপিবিএন পাণবাৰী ধুবুৰীৰ।

পণজিতৎ দুৱৰা,অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত,গুৱাহাটী।

ৰিপুঞ্জয় কাকতি,অতিৰিক্ত আৰক্ষী অধীক্ষক, তিনিচুকীয়া হেডকোৱাৰ্টাৰ।

বিতুল চেতিয়া,উপ-আৰক্ষী অধীক্ষক তিনিচুকীয়া হেডকোৱাৰ্টাৰ।

মইদুল ইছলাম,উপ-আৰক্ষী অধীক্ষক ওদালগুৰি হেডকোৱাৰ্টাৰ।

জন দাস,মহকুমা পুলিচ বিষয়া,বোকাজান কাৰ্বি আংলং।

হিমাংশু দাস,দিছপুৰ আৰক্ষী সহকাৰী আয়ুক্ত।

মৃণ্ময় দাস,মহকুমা আৰক্ষী বিষয়া,কলিয়াবৰ নগাঁও।

অসীম বৰা,পৰিদৰ্শক (ইউ বি) বাক্সা ডি ই এফ।

অনিল দাস,পৰিদৰ্শক(এবি)
২৪ এ পি বি এন, চৰাইমাৰী,বাক্সা।

ৰাজু বাহাদুৰ ছেত্ৰী,এছ আই (ইউবি),কাৰ্বি আংলং,ডিইএফ।

নিপু কলিতা,এছ আই(ইউবি),নগাঁঁও,ডিইএফ।

পুলক বৰ্মন,এছ আই ,বৰপেটা ডিইএফ।

অবিনাশ মেধি,এছআই,অসম আৰক্ষী ৰেডি'অ সংস্থা।

ঋতুপৰ্ণ সোণোৱাল,এছ আই স্পেচিয়েল ব্রান্স কাহিলীপাৰা।

অৰুণ কুমাৰ নাথ,এ এছ আই,কাৰ্বি আংলং ডিইএফ।

সুদৰ্শন দাস, ক্লাৰ্ক,পঞ্চম অসম আৰক্ষী বেটেলিয়ন সোণটিলা,ডিমা হাছাও।

প্ৰকাশ বসুমতাৰী,কনিষ্টবল,একাদশ অসম আৰক্ষী বেটেলিয়ন,দেৰগাঁও।

ৰাকেশ কুমাৰ সিং কনিষ্টবল (ইউবি),কোকৰাঝাৰ।

ইনো দেৱী,মহিলা আৰক্ষী কনিষ্টবল,মৰিগাঁও।

বিশ্বজিৎ পাটোৱাৰী,কনিষ্টবল,প্ৰথম অসম আৰক্ষী বেটেলিয়ন,লিগিৰীপুখুৰী।

তন্ময় নাথ,কনিষ্টবল,দ্বাদশ অসম আৰক্ষী বেটেলিয়ন,জামুগুৰিহাট।

ইফালে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সৈতে জড়িত পদকপ্ৰাপ্তসকল হৈছে-

তৰুণ চন্দ্ৰ দিহিংঙিয়া,এছ আৰ.ষ্টেচন অফিচাৰ,অগ্নি আৰু জৰুৰীকালিন সেৱা, অসম।

দিলীপ ওৰাং,ই আৰ-২৭,এছ ডি আৰ এফ।

পংকজ চুব্বা,ই আৰ-২১,এছ ডি আৰ এফ।

পৰাগ বৰা,ই আৰ-৫২,এছ ডি আৰ এফ।

ডেভিচন চেতিয়া,ই আৰ-১২৭ এছ ডি আৰ এফ।

অমৃত চৌধুৰী,ই আৰ-৩৫,এছ ডি আৰ এফ।

Your Comments