চাবুৱাৰ বিধায়কৰ ঘৰ জ্বলোৱা গোচৰত অখিল গগৈক জামিন উচ্চ ন্যায়ালয়ৰ

Akhil Gogoi

নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী আন্দোলনৰ সময়ত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলোৱাৰ অভিযোগত চাবুৱা থানাত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত ন্যায়ালয়ৰ জামিন প্ৰদান।গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতা গগৈক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে গোচৰটোত।২৯২/১৯ নম্বৰত চাবুৱা থানাত ৰুজু কৰা হৈছিল গোচৰটো।

উল্লেখ যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বিগত ৭মাহে বন্দী হৈ আছে কৃষক নেতাগৰাকী।

Your Comments