লাডাখৰ ভাৰত-চীন সীমান্তত সষ্টম ভাৰতীয় বায়ু সেনা:ছুখ'ই আৰু মিগ-২৯ৰ নিৰন্তৰ টহল

Sukhoi 30

লাডাখৰ ভাৰত-চীন সীমান্তত সষ্টম ভাৰতীয় বায়ু সেনা।১৫ জুনত সীমান্তত দুয়ো দেশৰ সৈনিকৰ সংঘাতৰ পিছত উত্তেজনা বৰ্তমানেও অব্যাহত আছে।আগ্ৰাসনকামী চীনে পুনৰ কোনো অপচেষ্টা কৰিলে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত ভাৰতীয় বায়ু সেনা।লাডাখ সীমান্তত অহৰ্নিশে টহল দিছে ছুখ'ই আৰু মিগ-২৯ৰ দৰে যুঁজাৰু বিমানে।বিমানৰ জড়িয়তে লাডাখৰ বিভিন্ন প্ৰান্তৰলৈ সৈনিকসকলক প্ৰেৰণ কৰি থকা হৈছে।

Your Comments