গোলাঘাটৰ হৰিদ্ৰা বৰা আৰু নীহাৰিকা ভঁৰালীৰ ষষ্ঠ আৰু নৱম স্থান দখল

Hslc

হাইস্কুল শিক্ষান্ত পৰীক্ষাত 

গোলাঘাটৰ পৰা মীনাক্ষি ফুুকন: 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰত্যেক বৰ্ষতে গোলাঘাট চহৰে জয়যাত্ৰা অব্যাহত ৰাখিছে। এইবৰ্ষতো দুগৰাকীকৈ ছাত্ৰীয়ে লাভ কৰিলে দুটাকৈ স্থান।চহৰখনৰ দুখনকৈ বিদ্যালয় ক্ৰমে চেক্ৰেড হাৰ্ট হাইস্কুল আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী হৰিদ্ৰা বৰাই ষষ্ঠ স্থান আৰু নীহাৰিকা ভঁৰালীয়ে নৱম স্থান অধিকাৰ কৰি গোলাঘাট চহৰ তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Your Comments