বাজেটত মধ্যবিত্ত শ্ৰেণীৰ কৰদাতাসকলৰ বাবে বৃহৎ সকাহ

Pic

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ কৰদাতাসকলৰ বাবে বৃহৎ সকাহ দিছে।৫ ৰ পৰা ৭.৫০ লাখ টকা আয় কৰা লোক সকলে এতিয়া ১০ শতাংশ কৰ দিব লাগিব।পূৰ্বতে তেওঁলোকে ২০ শতাংশ কৰ দিব লাগিছিল।

Your Comments