খেল' ইণ্ডিয়াত অসম কন্যা বক্সাৰ অংকুশিতা বড়োৰ সোণৰ পদক

Pic

গুৱাহাটীত চলি থকা খেল' ইণ্ডিয়াত পুনৰ স্বৰ্ণ পদক আন এগৰাকী অসম কন্যাৰ।বক্সাৰ অংকুশিতা বড়োৱে হাৰিয়ানাৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি দখল কৰিছে সোণৰ পদক।মহিলাৰ ৬৪ কেজি শাখাত অংকুশিতাই সোণৰ পদক লাভ কৰিছে। উল্লেখ্য যে খেল' ইণ্ডিয়াৰ পদকৰ তালিকাত এই পর্যন্ত অসম ষষ্ঠ স্থানত আছে। গুৰুত্বপূৰ্ণ যে ইয়াৰ পূৰ্বে অংকুশিতাই ৱৰ্ল্ড য়ুথ ৱুমেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক পোৱাৰ উপৰিও লাভ কৰিছিল ৱেষ্ট বক্সাৰ অব দ্য টুৰ্ণামেণ্ট খিতাপ।

Your Comments