ৰাজ্যজুৰি অসমীয়াই শ্ৰদ্ধাৰে সুঁঁৱৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক

Pic

আধুনিক অসমীয়া সাহিত্য-সংস্কৃতি, চলচ্চিত্ৰ ক্ষেত্ৰৰ অন্যতম ভেঁটি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস 'শিল্পী দিৱস' শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে।ৰাজ্যৰ উজনি-নামনিত অসম সাহিত্য সভা,বিভিন্ন সামাজিক সংগঠনে শিল্পী দিৱস বিবিধ কাৰ্যসূচীৰে পালন কৰি প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা নিবেদন কৰিছে।

Your Comments