লোকসভাত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯' উত্থাপন সন্দৰ্ভত ভোটগ্ৰহণ সম্পন্ন

Pic

লোকসভাত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯' উত্থাপন সন্দৰ্ভত ভোটগ্ৰহণ সম্পন্ন হৈছে।ভোটগ্ৰহণত বিধেয়কখনৰ উত্থাপনৰ পক্ষত ২৯৩ টা আৰু বিৰোধিতাত ৮২ টা ভোট পৰে।এই ভোটগ্ৰহণৰ পিছতে বিধেয়কখনৰ সন্দৰ্ভত লোকসভাত সাংসদসকলে সপক্ষে-বিপক্ষে মত প্ৰকাশ কৰিবলৈ ধৰিছে।সাংসদসকলৰ এই আলোচনাৰ পিছত বিধেয়কখন গৃহীত কৰাৰ সন্দৰ্ভত ভোটগ্ৰহণ কৰা হ'ব।উল্লেখযোগ্য যে কংগ্ৰেছ,টিএমচি আদি বিৰোধী দলসমূহে বিধেয়কখনৰ তীব্র বিৰোধিতা কৰিছে।

Your Comments